✦ জ্যোতিষ অসম • বৈদিক জ্যোতিষ কক্ষ

আপোনাৰ জীৱনৰ বৈদিক মাৰ্গদৰ্শন

জন্ম তাৰিখ, সময় আৰু স্থানৰ নিৰ্ভুল বৈদিক গণনাৰ ভিত্তিত প্ৰেম-বিবাহ, কেৰিয়াৰ, ধন-সম্পদ, মাহেকীয়া-বাৰ্ষিক ৰাশিফল আৰু হস্তৰেখাৰ বিস্তৃত অসমীয়া প্ৰতিবেদন লাভ কৰক।

প্ৰিমিয়াম সেৱাসমূহ চাওক
🔐 ১০০% সুৰক্ষিত⚡ তাৎক্ষণিক PDF ৰিপোৰ্ট🌙 শুদ্ধ অসমীয়া মাধ্যম
☽
❤️ প্ৰেম-বিবাহ
💼 কেৰিয়াৰ
💰 ধন-সম্পদ

প্ৰতিটো নতুন দিন একোটা নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে। আপোনাৰ দিনটোৰ আৰম্ভণি সঠিক আৰু সুপৰিকল্পিত কৰিবলৈ আমি আগবঢ়াইছোঁ কিছুমান প্ৰয়োজনীয় সঁজুলি। পঞ্জিকাৰ পৰা আৰম্ভ কৰি শুভ সময়লৈকে— সকলো তথ্য এতিয়া বিনামূলীয়াকৈ আপোনাৰ হাতৰ মুঠিতে।

📅 আজিৰ পঞ্জিকা

তাৰিখ: আপডেট হৈ আছে...

🌅 সূৰ্যোদয়05:25 AM
🌇 সূৰ্যাস্ত05:45 PM
🌙 আজিৰ তিথিদশমী / একাদশী

গ্ৰহ-নক্ষত্ৰৰ অৱস্থানে প্ৰতিদিনে আমাৰ জীৱনত প্ৰভাৱ পেলায়। বৈদিক জ্যোতিষশাস্ত্ৰ আৰু চন্দ্ৰৰ অৱস্থানৰ নিৰ্ভুল গণনাৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে আজিৰ ভৱিষ্যদ্বাণী। আপোনাৰ ৰাশিটো বাছনি কৰক আৰু আজিৰ দিনটোৰ কেৰিয়াৰ, প্ৰেম আৰু আৰ্থিক দিশৰ আভাস লওক।

🎁 বিনামূলীয়া দৈনিক সঁজুলি

জন্ম তাৰিখ আৰু ৰাশিৰ সহায়ত আপোনাৰ আৰু আপোনাৰ সংগীৰ যুটীয়া ভৱিষ্যদ্বাণী চাওক

আপোনাৰ বিশদ দৈনিক ৰাশিফল চাওক

আপোনাৰ জন্ম তাৰিখ আৰু ৰাশি বাছনি কৰক

যুটীয়া ৰাশিফল (Couple Horoscope)

দুয়োৰে জন্ম তাৰিখ আৰু ৰাশি দি আজিৰ প্ৰেমৰ সামঞ্জস্য পৰীক্ষা কৰক

💌 প্ৰিয়জনক WhatsApp-ত পঠিয়াওক
✦ JYOTISH ASSAM TAROT

আপোনাৰ বাবে ৭৮-কাৰ্ড Tarot Reading

প্ৰথমে deckটো bundle হিচাপে থাকিব। Shuffle কৰিলে cardবোৰ লাহে লাহে U-shape fan হ'ব।

প্ৰশ্নটো লিখি “Shuffle” টিপক।
Tarot reading আত্ম-অনুধাৱন/মনোৰঞ্জনৰ বাবে। ই নিশ্চিত ভৱিষ্যদ্বাণী বা চিকিৎসা, আইনগত, আৰ্থিক পৰামৰ্শ নহয়।

💍 আপোনাৰ শুভ ৰত্ন আৰু ভাগ্যশালী সংখ্যা জানক (বিনামূলীয়া)

আপোনাৰ জন্ম তাৰিখটো নিৰ্বাচন কৰি আপোনাৰ অধিপতি গ্ৰহ আৰু কোনটো ৰত্ন (Gemstone) আপোনাৰ বাবে সৌভাগ্যশালী চাওক:

🌟 আজিৰ ১২ টা ৰাশিফল

📲 বন্ধু বা পৰিয়ালক আজিৰ ৰাশিফল পঠিয়াওক (WhatsApp)
🕉️ দৈনিক বৈদিক সময়সূচী

⏳ আজিৰ শুভ মুহূৰ্ত, ৰাহুকাল আৰু যাত্ৰা বিধি

✅ আজিৰ অভিজিৎ শুভ মুহূৰ্ত
নতুন কাম, লেনদেন আৰু শুভ কাৰ্যৰ বাবে উত্তম সময়।
⛔ আজিৰ ৰাহুকাল (অশুভ সময়)
এই সময়খিনিত নতুন বা মাঙ্গলিক কাৰ্য আৰম্ভ নকৰিব।
🧭 আজিৰ যাত্ৰা বিধি (দিকশূল)

জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ কেতিয়াও কেৱল অনুমানৰ ওপৰত নিৰ্ভৰ কৰি ল'ব নালাগে। কেৰিয়াৰ, বিবাহ, বা আৰ্থিক সমস্যাৰ নিখুঁত আৰু ব্যক্তিগত সমাধানৰ বাবে আমাৰ প্ৰিমিয়াম সেৱাসমূহ গ্ৰহণ কৰক। আপোনাৰ জন্ম কুণ্ডলীৰ গভীৰ বিশ্লেষণৰ জৰিয়তে ইয়াত সঠিক মাৰ্গদৰ্শন কৰা হ'ব।

আমাৰ প্ৰিমিয়াম জ্যোতিষ সেৱাসমূহ

আপোনাৰ জীৱনৰ নিৰ্দিষ্ট দিশসমূহৰ বাবে বিশেষজ্ঞ পৰামৰ্শ লাভ কৰক

🔮

সম্পূৰ্ণ জন্ম কুণ্ডলী

নৱগ্ৰহৰ অৱস্থান, লগ্ন আৰু বিংশোত্তৰী মহা দশাৰ বিস্তৃত বৈদিক বিশ্লেষণ।

₹999₹299 ৭০% ৰেহাই
❤️

প্ৰেম আৰু সম্পৰ্ক পৰামৰ্শ

প্ৰেম কেতিয়া হ'ব, সংগীৰ স্বভাৱ আৰু বিবাহৰ সঠিক সময়ৰ ভৱিষ্যদ্বাণী।

₹299₹99 ৬৭% ৰেহাই
💼

কেৰিয়াৰ আৰু ব্যৱসায় পূর্বাভাস

চাকৰি পোৱাৰ সময়, পদোন্নতি, আৰু ব্যৱসায়ৰ সঠিক দিশ নিৰ্দেশনা।

₹499₹199 ৬০% ৰেহাই
⚡ সময় নালাগে (No Birth Time) 🔥 আটাইতকৈ জনপ্ৰিয় • 📸 ফটো বিচাৰ
📸 ফটো স্কেনিং

হস্তৰেখা বিশদ বিচাৰ

📸 কেৱল হাতৰ তলুৱাৰ ফটো দিয়ক

জন্মৰ সময় মনত নাই? কোনো চিন্তা নাই! কেৱল মোবাইলৰ পৰা হাতৰ তলুৱাৰ এখন স্পষ্ট ফটো দিয়ক — জীৱন ৰেখা, হৃদয় ৰেখা, মস্তিষ্ক আৰু ভাগ্য ৰেখা বিশ্লেষণ কৰি আয়ুস, কেৰিয়াৰ, ধনযোগ আৰু বিবাহৰ সম্পূৰ্ণ সত্য জানক।

১ 📸 তলুৱাৰ ফটো তোলক
২ 🤖 AI & বৈদিক স্কেন
৩ 📜 বিশদ ৰিপোৰ্ট লাভ
₹499 ₹199 ৬০% ৰেহাই
⚡ নিমিষতে অনলাইন ৰিপোৰ্ট প্ৰস্তুত
📅

মাহেকীয়া ৰাশিফল

অহা ৩০ দিনৰ বাবে আপোনাৰ স্বাস্থ্য, অৰ্থ, আৰু কৰ্মৰ বিস্তাৰিত জ্যোতিষীয় ভৱিষ্যদ্বাণী।

₹49₹19 ৬০% ৰেহাই
📜

বাৰ্ষিক ৰাশিফল

সম্পূৰ্ণ এবছৰৰ বাবে আপোনাৰ জীৱনৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰু সাৱধানতাৰ নিৰ্দেশনা।

₹99₹49 ৫০% ৰেহাই

🔒 ১০০% সুৰক্ষিত আৰু নিৰাপদ পেমেন্ট গেটৱে

আমাৰ পেমেন্ট ব্যৱস্থা ভাৰতৰ সৰ্বোচ্চ নিৰাপদ প্ৰতিষ্ঠান Razorpay দ্বাৰা নিয়ন্ত্রিত।

গ্ৰাহকৰ মতামত (Customer Reviews)

আমাৰ সেৱা গ্ৰহণ কৰা গ্ৰাহকসকলৰ অনুভৱ

মতামত লোড হৈ আছে...

আপোনাৰ মতামত দিয়ক

✨ সঘনাই সোধা প্ৰশ্নসমূহ (FAQ)

১. আজিৰ অসমীয়া দৈনিক ৰাশিফল কেনেকৈ চাব পাৰি?
উত্তৰ: জ্যোতিষ অসম (Jyotish Assam) প'ৰ্টেলত প্ৰতিদিনে ৰাতি ১২ বজাত বৈদিক গণনা অনুসৰি মেষৰ পৰা মীন ৰাশিলৈকে ১২টা ৰাশিৰ আজিৰ দৈনিক ৰাশিফল স্বয়ংক্ৰিয়ভাৱে আপডেট হয়। আপুনি বিনামূলীয়াকৈ নিজৰ ৰাশি আৰু নক্ষত্ৰৰ ফলাফল ইয়াত চাব পাৰে।

২. অসমীয়া ভাষাত জন্ম কুণ্ডলী বা সোঁৱৰণী (PDF) কেনেকৈ ডাউনলোড কৰিব?
উত্তৰ: আমাৰ ৱেবছাইটত আপোনাৰ নাম, জন্ম তাৰিখ, জন্ম সময় আৰু জন্ম স্থান দি নিমিষতে ১০০% নিখুঁত বৈদিক জন্ম কুণ্ডলী বা সোঁৱৰণী পি.ডি.এফ. (Assamese Kundali PDF) ডাউনলোড কৰিব পাৰিব। ইয়াত লগ্ন চক্ৰ, ৰাশি চক্ৰ, বিংশোত্তৰী মহাদশা, মাঙ্গলিক দোষ, কেৰিয়াৰ, বিবাহ আৰু শুভ ৰত্নৰ সম্পূৰ্ণ বিৱৰণ পাব।

৩. বিবাহ মিলন বা যুটীয়া ৰাশিফল কিয় চাব লাগে?
উত্তৰ: সুখী দাম্পত্য জীৱন আৰু প্ৰেমৰ সম্পৰ্কৰ বাবে ল'ৰা-ছোৱালীৰ ৰাশি মিলন, অষ্টকূট ৩৬ গুণ মিলন আৰু নাড়ী দোষ বা মাঙ্গলিক দোষ পৰীক্ষা কৰাটো অত্যন্ত জৰুৰী। ইয়াত আপুনি বিনামূলীয় যুটীয়া ৰাশিফল আৰু প্ৰিমিয়াম কুণ্ডলী মিলন ৰিপোৰ্ট লাভ কৰিব।

TRADITIONAL KNOWLEDGE

🔮 জীৱনৰ সৰু সৰু সংকেত জানক

চকু লৰা, হাঁচি, সপোন, পুৱা-পুৱাৰ ঘটনা, চৰাই-পখিলা আৰু বহুতো পৰম্পৰাগত লোকবিশ্বাস একে ঠাইত।

জীৱনৰ সংকেত চাওক →
✅
গুৱাহাটীৰ পৰা অংকিতা বৰাই এইমাত্ৰ জন্ম কুণ্ডলী (PDF) ডাউনলোড কৰিলে।
⚡ এইমাত্ৰ ভেৰিফাইড পেমেন্ট সম্পন্ন
🎧 সহায় (Support)
👨💻
জ্যোতিষ অসম সহায়ক
আপোনাৰ সমস্যা আমাক জনাওক
×
নমস্কাৰ! 🙏 পেমেন্ট বা ৰিপোৰ্ট সম্পৰ্কীয় যিকোনো সমস্যা তলত লিখক। আমাৰ টীমে চেক কৰি লগে লগে সমাধান কৰিব।